অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতি কৰনৰ পৰা বঞ্চিত কৰাত জাঙুৰ খাই উঠিল অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই।
অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতি কৰনৰ পৰা বঞ্চিত কৰাত জাঙুৰ খাই উঠিল অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই।।
শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ পিছতে গোলকগঞ্জত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই।।
অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতীকৰণৰ পৰা বঞ্চিত কৰাত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা।
শীঘ্ৰে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলন কাৰ্য্যসূচী লোৱাৰো হুংকাৰ অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
Assam news
