LAKHIMPUR BREAKING
লখিমপুৰৰ কৰুনাবাৰীত কৰুণ আৰু হৃদয়বিদাৰক ঘটনা
ককাৰ বাহন দুৰ্ঘটনাত মৃত্যু হ'ল নাতিনীৰ
ককাকে মালভৰ্তি বাহন বেক কৰি আহোতে বাহনৰ তলত সোমাল নাতিনী
থিতাতে নিহত ৮ বছৰীয়া কনমানি ছাদিয়া বেগম
মালভৰ্তি বাহন খন ঘৰৰ সন্মুখত কালভাৰ্টত লাগি ধৰিছিল
সেই সময়ত পিছুৱাই আনিছিল বাহন খন
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 07 C - 0152
ককাকৰ বাহন দেখি দৌৰি গৈছিল কনমানি ছাদিয়া
বেকত আহোতেই বাহনৰ তলত পৰি কৰুণ মৃত্যু কনমানি ছাদিয়াৰ
এনে আকস্মিক ঘটনাত পৰিয়ালটোত এতিয়া কান্দোনৰ ৰোল উঠিছে
লখিমপুৰ /পল্লব মিলি



