লখিমপুৰ জিলাৰ বগীনদী প্ৰেছ ক্লাৱত সংবাদ মেল সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাৰ।
১ ছেপ্তেম্বৰৰ পৰা সুলভ মূল্যৰ চাউল বিতৰন নকৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰা ঘোষণা সংবাদমেলত ।
ক'ৰোণা সংকটৰ বাবে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে
সুলভ মূল্যৰ ব্যৱসায় সন্থাই।
সময়মতে কমিচনৰ ধন মোকলাই নিদিলে জংগী আন্দোলনৰ হুংকাৰ দিলে সংবাদমেলত।
২১ৰ নিৰ্বাচনতো চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত সদৌ অসম সুলভ মুল্যৰ ব্যৱসায় সন্থাৰ।
লখিমপুৰৰ পৰা পল্লব মিলিৰ ৰিপৰ্ট