Share on Facebook

আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ।৬ বছৰে আটাইতকৈ সস্তাত বিদ্যুত্‍ যোগান দিল্লীবাসীক

 আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ। দিল্লীত ৬ বছৰে বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে।



দিল্লীত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে।

বিদ্যুতৰ মাচুল একে ৰাখি, কম মূল্যত প্ৰদান কৰিলে দিল্লীবাসীক আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ।

৬ বছৰে আটাইতকৈ সস্তাত বিদ্যুত্‍ যোগান দিল্লীবাসীক

আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ। 



বিদ্যুদৰ মাচুল একে ৰাখি, কম মূল্যত প্ৰদান কৰিলে দিল্লীবাসীক।

যিসময়ত দেশৰ প্ৰায়সংখ্যক ৰাজ্যতে বিদ্যুতৰ মাছুল বৃদ্ধি কৰা হৈছে, সেই সময়তে কিন্তু আকৌ এবাৰ দিল্লীবাসীক সকাহ দিলে অৰবিন্দ কেজৰিৱাল চৰকাৰে।

ক্ষমতালৈ আহিয়েই আপ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে, কোনো কাৰণতে বিদ্যুতৰ মাছুল বৃদ্ধি নকৰে তেওঁলোকৰ চৰকাৰে।

আৰ্থিক সমস্যাই দেখা দিলেই বিদ্যুতৰ মাছুল বৃদ্ধি কৰে ৰাজ্য চৰকাৰ সমূহে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দিল্লীৰ চৰকাৰ।

যোৱা ৬ বছৰে বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে।

 ২৮ আগষ্টত দিল্লী ইলেকট্ৰীচিটী ৰেগুলেটৰী বোৰ্ডে ঘোষণা কৰে,

কোৰোণা মহামাৰীৰ পিছতো ২০২০-২১ বিত্তীয় বৰ্ষত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰে কেজৰিৱাল চৰকাৰে।



বিগত ৬ বছৰে আটাইতকৈ সস্তাত বিদ্যুতৰ সেৱা লাভ কৰিছে দিল্লীবাসীয়ে।

 অসমতে হওক বা ভাৰতৰ আন আন ৰাজ্যত কিমান বৃদ্ধি কৰা হল সকলোৱে জানে।

কেজৰিবান চৰকাৰে নিজৰ দক্ষতা আৰু মুখৰ প্ৰতিশ্রুতি ৰক্ষা কৰি দেখালে।

এতিয়া এইয়াই প্ৰমাণ হৈছে যে দেশৰ ভিতৰতে  বিদ্যুতৰ মাচুল তাৰতম্য কেনেকৈ হৈছে, বা কেৱল দিল্লী চৰকাৰে জনতাক কম মাচুলত কেনেকৈ দিলে, বাকী ৰাজ্যবোৰ কিয় কম মাচুলত প্ৰদান কৰিব নোৱাৰে বিদ্যুত। 



চৰকাৰৰ দক্ষতাই প্ৰমাণ দিব নে ? ৰজাঘৰীয়াই দিব। ৰজা হলেই নহব ৰজাৰ মন আৰু চিন্তাধাৰা ৰজাৰ দৰে ডাঙৰ হোৱাৰ প্ৰয়োজন।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

1 Comments

please do not enter the any spam link in to comment box

Previous Post Next Post