১ ছেপ্টেম্বৰত শিক্ষকসকল যাব লাগিব স্কুললৈ। স্কুল খোলাৰ ক্ষেত্ৰত এতিয়াও লোৱা নাই সিদ্ধান্ত।
30 আগষ্টৰ ভিতৰত অসমৰ শিক্ষক সকলৰ swap টেষ্ট কৰাব লাগিব। কিন্ত্ত স্কুল খোলা কথাটো খাটাং হোৱা নাই, 31 আগষ্টত ৰাজ্য চৰকাৰে লব সিদ্ধান্ত।
অসমত কোৰোনাৰ প্ৰভাৱ কোনো ফালে কম হোৱা নাই, দিনক দিনে বাঢ়ি আছে।
অসমত পুনৰ লকডাউন হব পাৰে, সকলোৱে যদি চৰকাৰী নীতি নিয়ম মানি নচলে।
📌Alert ~ 2560 #COVID cases detected today out of 40102 tests done in last 24 hours
— Himanta Biswa Sarma (@himantabiswa) August 28, 2020
Positivity Rate- 6.38%
Kamrup M- 562, Jorhat-167, Cachar- 165, Dibrugarh- 139, Hailakandi- 135
↗️Total cases 101367
↗️Recovered 79307
↗️Active cases 21771
↗️Deaths 286
10:00 PM, Aug 28 pic.twitter.com/zbNtiviqgq