'প্ৰতিভা সন্ধান' বিচাৰি মই আকৌ পুনৰ বাৰ লাইকা 'পমুৱা' গাঁৱত উপস্থিত আছো।
এজনী ছোৱালী তাইৰ কণ্ঠত যাদু আছে বুলি কলেও ভুল নহব-সঁচাকৈ দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হব নোৱাৰে।
তাইৰ 'প্ৰতিভা'-মিচিং গীত,অসমীয়া গীত,আৰু হিন্দী গীতো গাব জানে। গানৰ স্কেল তাল বুজি নাপায়।
তাইপথাৰত কাম কৰি থাকোতে আৰু ঘৰৰ কামবোৰ কৰিয়েই মোবাইলৰ পৰা শুনি গানবোৰ শিকোৱা বুলি জানিব দিয়ে।
আমাৰ মিচিং লুতাদৰ কেমেৰাৰ আগত গানবোৰ গাই তাই উৎপুলিত-আমি কামনা কৰিছো।তাই আঁগোৱাই যোৱা।নাম-শ্ৰীমতী দিপালী পেগু,পিতা-শ্ৰীযুত গিৰিচ পেগু,মাতৃ-শ্ৰীমতী তাচিৰি পেগু। বয়স-১৮ বছৰ।