কভিড ১৯ মহামাৰীৰে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মাজুলী জিলা ব্লক কংগ্ৰেছ কমিটিয়ে আজি মাজুলী সদৰ গড়মূৰত উত্তাল প্ৰতিবাদ সাৱস্ত কৰে । মাজুলী কংগ্ৰেছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাবিত NEET, JEE , আৰু অন্যনা পৰীক্ষা সমূহ স্থগিত ৰখাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি চৰকাৰৰ খনে ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ প্ৰতি গুৰুত্ব নিদি এই পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰে মাজুলী ব্লক কংগ্ৰেছে ।
আন্দোলন কাৰি সকলে চৰকাৰৰ বিৰোধী শ্লৌলগান দিয়াৰ লগতে হাতে হাতে চৰকাৰৰ বিৰোধী প্লেল কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হয় ।
মাজুলীৰ পৰা লোকনাথ নৰহ প্ৰতিবেদন।