মাজুলীত সন্মিলিত গনশক্তি অসমৰ সাংগঠনিক দলীয় কৰ্মী সভা।
আগন্তুক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন চমুচাপি অহাৰ লগে-লগে সকলো ৰাজনৈতিক দলৰ কোচকাৱাচ আৰম্ভ হৈছে।
ঠিক তেনেদৰে গনশক্তি দলৰো আৰম্ভ হৈছে নিৰ্বাচনি কোছকাৱাছ।
আজি মাজুলী জিলা ভিওিত প্ৰায় ২০০০খন বাইক ৰেলি ৰূপায়ন কৰা হয়। লগতে যোগদান কাৰ্যসূচী হয়।
মাজুলীৰ পৰা মনোজ পেগু ৰিৰ্পট