লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক গুৱাহাটী (চেন্ট্ৰেল)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰূপে বদলি । l
গুৱাহাটী (চেন্ট্ৰেল)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত গৌতম বৰাক গুৱাহাটী (ইষ্ট)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰূপে বদলিকৰণ ।
APS লংনিত টেৰাংঙক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব ।
হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনক কাহিলীপাৰাৰ দশম এপিবিএনৰ কমাণ্ডেন্টৰূপে বদলি ।
এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Logistics) গৌৰৱ উপাধ্যায়ক এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Law and Order)লৈ বদলি ।
এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Law and Order) কৃষ্ণ দাসক এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Re-organization)লৈ বদলি ।
এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Re-organization) ধৰ্মেন্দ্ৰ কুমাৰ দাসক এছিচটেন্ট ইনস্পেক্টৰ জেনেৰেল অৱ পুলিচ (Logistics)ৰূপে বদলি কৰা হৈছে ।
ডিচিপি (Operation)ৰাজ মোহন ৰয়ক গোৱালপাৰাৰ ডাকুৰভিঠাৰ প্ৰথম এপিটিএফবিএনৰ কমাণ্ডেন্টৰূপে বদলি ।