Share on Facebook

SBI NEW RULES ATM ৰ পৰা মন গলেই টকা উলিয়াব নোৱাৰিব আপুনি : জানক নিয়ম সমূহ মিচিং লুটাদত


ATM ৰ পৰা টকা উঠোৱাৰ নতুন নিয়ম – ১৮ ছেপ্তেম্বৰৰপৰা প্ৰযোজ্য : ATM ৰে টকা উঠোৱাত SBI ৰ নিয়মত এক নতুনত্ব চলিত মাহৰ ১৮ তাৰিখৰপৰা।OTP ব্যৱহাৰ কৰি গ্ৰাহকে ATM ৰে টকা উঠাব লাগিব। ই হৈছেATM security system ক সুদৃহ কৰাৰ এক নতুন পদ্ধতি। নতুন নিয়ম অনুসৰি SBI ৰ গ্ৰাহকসকলে ১৮ ছেপ্তেম্বৰৰপৰা দিনটোৰ ভিতৰত এবাৰহে ATM ৰে ১০,০০০ টকা উঠাব পাৰিব।একেদিনাই তাতকৈ বেছি পৰিমানৰ টকা দ্বিতীয়বাৰ উঠাবলৈ OTP অৰ্থাৎ One Time Password ব্যৱহাৰ কৰিব লাগিব।লেনদেনৰ এই নতুন প্ৰক্ৰিয়াই ক্ষমতাৰ বহিৰ্ভূত লেনদেনৰ বিৰুদ্ধে থিয় দিব।ই এক গ্ৰাহকৰ লেনদেনক সুৰক্ষা দিব পৰা প্ৰযুক্তিপ্ৰক্ৰিয়া।



আৰু  পঢ়ক :

বিশেষ কথা হ’ল,OTP প্ৰক্ৰিয়াত নিহিত থাকিব বেংকৰ লগত গ্ৰাহকৰ মোবাইল নম্বৰ পঞ্জীয়ন।গ্ৰাহকে জানিবলগা কথাটো হ’ল,গ্ৰাহকে টকাৰ পৰিমানটো মেচিনত প্ৰৱেশ কৰোৱাৰ পাছত ATM screen য়ে আপোনাৰ মোবাইলে পোৱা OTP বিচাৰিব।তাৰপাছত আপুনি মেচিনত OTP প্ৰৱেশ কৰোৱাৰ পাছতে লেনদেনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

যিনহ ওক এই নতুন প্ৰক্ৰিয়াই আপোনাৰ ATM ৰে কৰা টকা লেনদেনৰ প্ৰক্ৰিয়াক এক সুৰক্ষা দিয়াৰ লগতে ক্ষমতাৰ বহিৰ্ভূত লেনদেনক বাধা দিব।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post