লাইকা বনগাঁৱত অপৰিৱৰ্তিত বান প্ৰায় শেষ হৈছে।
কিন্তুু কমা নাই বানে বিধ্বস্ত' কৰা কৃষকৰ হাহাকাৰ-লাইকা বনগাঁৱত বাঢ়নী পানীয়ে খহাই অনা নৈ পাৰৰ লোকসকল আজিও আছে।
বহু অসুবিধাত।বানে কৰি থোৱা খেতি নষ্ট কৰাৰ পিছতো এহাত পৰ্যন্ত পলস পেলোৱা ভূমিত কৃষকে কৰিব নোৱাৰে খেতি।
যাৰ বাবে এক প্ৰকাৰে লাইকা দুখিয়া ভুক্ত ভোগী ৰাইজৰ কৃষকসকলৰ হাহাকাৰ বুলিলেও বঢ়াই কোৱা নহব।
এতিয়া দুখীয়া ৰাইজে কেনেদৰে,কি খাই জীয়াই থাকিব।সেয়া ডাঙৰ প্ৰশ্ন?কৃষি বিভাগীয় কৃৰ্তপক্ষক খবৰ দিয়াৰ সত্ত্বেও খবৰ নোলোৱাত ৰাইজে ক্ষুব্ধ প্ৰকাশ কৰে।
পাছৰ পৰ্য্যত চৰকাৰে কেনেদৰে ব্যৱস্থা লৈ সেয়া চিন্তনীয় বিষয়-ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ ৰিৰ্পোট-মিছিং লুটাদ।