মুখ্য মন্ত্ৰী সমৰ্টি মাজুলীত দিল্লীৰ পৰা আপৰ কৰ্ম-কৰ্থা উপস্তিত।
- মাজুলীত দিল্লীৰ পৰা আপৰ অসমৰ প্ৰচাৰক ৰাকেশ শৰ্মাৰ নত্ৰীত্বত জেংৰাইমুখত আপৰ কৰ্ম-কথাৰ লগত মত-বিনিময় কৰে।
সভাত ৰাইজ্যিক সমন্বয়ক ড° ভবেন্দ্ৰনাথ চৌধুৰী আৰু আইটিছেল লক্ষীকান্ত ছুবে উপস্তিত থাকে।
- লগতে সংবাদ মাধ্যমৰ আগত আপৰ ৰাজ্যিক সমন্বয়ক ড° ভবেন্দ্ৰনাথ চোধুৰিয়ে অহা২০২১চনৰ বিধানসভা নিৰ্বাচনত ১২৬টা সমস্তিত প্ৰাৰ্টিত্ব দিয়াৰ কথা অবগত্ব কৰে।
- -মাজুলীৰ পৰা মনোজ পেগু ৰিৰ্পট।