নৱকুমাৰ দলেক পৰাভূত কৰিবলৈ ব্যাপক প্ৰস্তুতি গণশক্তিদল।
C
অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ বাকী কেইটামান মাহ।
১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টি দখলকলৈ ইতিমধ্যে বিভিন্ন দলে আৰম্ভ কৰিছে ৰণকৌশল।
সমাগত নিৰ্বাচনৰ বাবে পিছ পৰি থকা গণশক্তি দলো।
আজি ঢকুৱাখনাৰ ভৰত চুকত গণশক্তি দলত যোগদান কৰিছে তিনি শতাধিক বিজেপি, কংগ্ৰেছ আৰু এজিপি দলীয় কৰ্মীয়ে।
২০২১ চনৰ নিৰ্বাচনত ঢকুৱাখনাত নৱকুমাৰ দলেক যোগ্য প্ৰত্যুত্তৰ দিবলৈ এতিয়া এনেদৰে উঠি পৰি লাগিছে গণশক্তি দলে ।
পুলিন পেগু/ ঢকুৱাখনা