Share on Facebook

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপ HACKED হৈছে

 আজি ৰাতিপুৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপ HACKED হৈছে বুলি এতিয়া আমি সামাজিক মাধ্যমত দেখা পাইছোঁ আৰু জনাজাত হৈছে। 



টুইটাৰ কৰ্তৃপক্ষই এই একাউণ্টটোক সুৰক্ষিত কৰাৰ পদক্ষেপ লৈছে ইতিমধ্যে আৰু সক্ৰিয় তদন কৰা হব বুলিও আশ্বাস দিয়ে। 

এই একাউন্টৰ যোগেদি অনুগামীৰ পৰা PM নেশ্যনেল RELIEF FUND ত DONATE কৰাৰ কথা cryptocurrency জৰিয়তে কৰিবলৈ জনায়।



 উক্ত একাউণ্টক ইনএণ্ড পৰিচালনা কৰিছিল যিটো নেকি 2011 ত খোলা হৈছিল আৰু আঢ়ৈ মিলিয়ন অনুকৰণ কৰা মানুহ আছিল এৰি 37000 টুইট কৰা হৈছিল বুলিও গম পোৱা গৈছে।



টুইটাৰৰ মুখপাত্ৰই জনায় যে এই কাৰ্যকলাপ সম্পৰ্কে অনুসন্ধান চলি আছে আৰু যদি কিবা অতিৰিক্ত একাউণ্ট প্ৰভাৱিত হৈছেনেকি তাৰ বিষয়ে এতিয়াও কব পৰা নাই বুলিও কয়।

যোৱা 31 আগষ্টত PM মোদীৰ মাহেকীয়া ৰেডিঅ অনুষ্ঠান "MAAN KI BAAT" শেষ  পোষ্ট আছিল, তাৰোপৰি এই একাউণ্ট যুগে মোদীৰ বিভিন্ন ভাষণ আৰু অনুষ্ঠানৰ কথা টুইট কৰে।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post