Share on Facebook

আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ Rank ত অসম 20 নম্বৰ স্থানত। অসমৰ স্থান বছৰে বছৰে পিছুৱাই গৈ আছে।

 আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ Rank ত অসম 20 নম্বৰ স্থানত। অসমৰ স্থান বছৰে বছৰে পিছুৱাই গৈ আছে। এই  STATE BUSINESS ACTION PLAN ত দক্ষিণ ভাৰত আৰু উত্তৰ প্ৰদেশ ব্যৱহাৰিক দিশত দক্ষতা দেখাবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় চৰকাৰে আজি ‘State Business Reform Action Plan 2019 Ranking’ ঘোষণা কৰে ।  এই তালিকাত অসমে ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২০ নম্বৰ স্থান দখল কৰিছে। 


কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে মুকলি কৰা এই তালিকাত প্ৰথম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু তেলেংগানা।

অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা, শ্ৰমিক মোতায়েন, পৰিৱেশ সংৰক্ষণৰ পঞ্জীয়ণ, মাটিৰ যোগান আৰু ‘single window system’ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত উদ্যোগীসকলক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা ফলপ্ৰসূ ব্যৱস্থাৰ ভিত্তিত এই মূল্যাংকন কৰা হয়।  ২০১৮বৰ্ষত অসমে সপ্তদশ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত তিনি সূচাংক অৱনমিত হয় ২০ নম্বৰ স্থান দখল কৰিছে অসমে। তালিকাৰ তলৰ পৰা শীৰ্ষত আছে উত্তৰ পূৱৰ ৬ ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। আটাইকেইখন ৰাজ্যই ২৯তম স্থান দখল কৰিছে। মিজোৰাম আছে ২৫তম স্থানত।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post