মাজুলী জিলাৰ সদৰ গড়মুৰত মাজুলী জিলা সাংবাদিক সন্থাৰ আহবানত, আপকু মাজুলী জিলা সমিতিৰ সহযোগত, মাজুলীৰ সকলো সাংবাদিকৰ উপস্থিতিত আৰু মাজুলীৰ বিভিন্ন দল সংগঠনৰ সহযোগত অসমৰ বিভিন্ন প্রান্তত সাংবাদিক আক্রমণৰ বিৰুদ্ধে এক প্রতিবাদী কায্যসুচী গ্ৰহণ কৰা হয় ।
গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্রীজনৰ হাতত থকা পাছতো দিনক দিনে অসমত সাংবাদিক আক্রমণ বৃদ্ধি হোৱাটো অতি দুভাগ্যজনক বুলি কয় ।
মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad