অসমৰ দ্বিতীয় সৰ্ব বৃহৎ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এটা অন্যতম অপৃন হল পগাগ সকল ।
পগাগ অৃৰাং কৗবাঙৰ কেন্দ্ৰীয় তৃতীয় কাৰ্যনিৰ্বাহক সভাখন লক্ষীমপুৰ জিলাৰ বানে ধোৱা ৰঙানদীৰ মথৌকুৰ লত্তাত সম্পন্ন হয়।
কেন্দ্ৰীয় কমিটিৰ সভাপতি উত্তম পগাগে বৃক্ষ ৰোপণেৰে আৰম্ভ কৰে।
প্ৰধান সম্পাদক বুধিন পগাগে আঁত ধৰা তৃতীয় কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি উত্তম পগাগে।
সভাত পগাগৰ একে গুমৗনৰ নৰহ, চিন্তে, লাগাছু, পাংগিং সকলৰ মাজত বৈবাহিক সম্বন্ধ হব নোৱাৰিব সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে আগন্তুক ২০২১ ত পগাগ অৃৰাং ৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিৱেশন মাজুলীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
গহপুৰৰ পৰা মহেন্দ্ৰ পগাগ।