Share on Facebook

জোনাইৰ বাহিৰ জোনাইত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত আন দুজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ ৷

 জোনাইৰ বাহিৰ জোনাইত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত আন দুজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ ৷ নিহতজন জোনাই আগাম দঃলুঙৰ তাকিৰ গাৱঁৰ নিবাসী জোনাই মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাম বড়ি (৫৯) ৷



 আজি  পিতৃৰ দদগাং অৰ্থাৎ দহাকাজ উপলক্ষে তিনিমাইল ঘাটত পিন্দদান কৰি নিজা AS- 01X- 6185 নম্বৰৰ বলেৰ' গাড়ীখনৰ পৰা উভতি অহাৰ সময়ত বাহিৰ জোনাইৰ এখন দলঙৰ ৰেলিঙত খোন্দা মৰাৰ ফলত দুৰ্ঘটনাতো সংঘটিত হয় ৷

 ৰাম বড়িৰ আকস্মিক বিয়োগত জোনাইৰ বিভিন্ন দল - সংগঠনে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে ৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post