দ্বীপ জিলা মাজুলীত উপস্থিত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মাজুলীত উপস্থিত হৈয়ে সৰ্বানন্দ সোণোৱাল মাজুলী কমলাবাৰী ঘাটত বাৰিষা সময়চোৱাত যাতে মাজুলীৰ চৰ চাপৰিসমূহত থকা পশুসমূহৰ তাৎক্ষণিক চিকিৎসা প্ৰদাণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদাণ কৰা নৌকাখন শুভ উদ্ধোধন কৰে।
কমলাবাৰী ফেৰী ঘাটৰ পৰা ঘুৰি আহি
অসমৰ মূখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে মাজুলীৰ গড়মূৰত ১০০ খন বিচনা যুক্ত জিলা চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱন।
ইয়াৰ পিছতেই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উজনী মাজুলী ফুলনিলৈ আহে আৰু নতুনকৈ আৰম্ভ হোৱা পাঞ্জাব নেচনেল বেংকৰ নতুন শাখাতি শুভ উদ্ধোধন কৰে।