বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী।
বিধানসভা নিৰ্বাচনৰ আগতে মন্ত্ৰী নৱকুমাৰ দলেক প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িছে ডাঃ ৰাজেন পেগুৱে।
২৫ বছৰে ঢকুৱাখনা সমষ্টিত গাদী দখল কৰা প্ৰাক্তন বিধায়ক ভৰত নৰহৰ বিপৰীতে এইবাৰ বহুসংখ্যক
তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী হিচাবে বিচাৰিছে ডাঃ ৰাজেন পেগুক।
জেষ্ঠ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ ৰাজেন পেগুৱে কংগ্ৰেছ দলৰ পৰা টিকট পোৱাৰ আশাৰে প্ৰৱল দাবীদাৰ কৰিছে।।
যি সময়ত প্ৰাক্তন মন্ত্ৰী ভৰত নৰহে নিজকে প্ৰবল দাবী দাৰ বুলি দলীয় সংঘাত সৃষ্টি কৰাৰ সময়তে
ডাঃৰাজেন পেগু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা ঢকুৱাখনা সমষ্টিত টিকেট প্ৰদানৰো দাবী জনাইছে
কংগ্ৰেছ দলৰে একাংশ দলীয় নবীন -প্ৰবীন সমৰ্থকে