মিচিং অটনমাছ কাউন্সিলৰ উদ্যোগ ত গুৱাহাটীত অনুষ্ঠিত হোৱা মিচিং হেণ্ডলুম এক্সপ'ত দুৰ্বৃত্তৰ আক্ৰমণ ।
কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জুনিয়ৰ কলেজৰ খেলপথাৰত 24 ফ্ৰেব্ৰুৱাৰীৰ পৰা 28 ফ্ৰেব্ৰুৱাৰী লৈ পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল মিচিং হেণ্ডলুম এক্সপ'
মিচিং হেণ্ডলুম এক্সপ'ত 20 -25 জনীয়া দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ ।
দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ আহি গেটৰ তলা ভাঙি প্ৰৱেশ কৰে গুণ্ডাগিৰি দুৰ্বৃত্তই। বাধা দিবলৈ অহা এক্সপ'ৰ নিৰাপত্তাৰক্ষীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৰ।