নব কুমাৰ দলেৰ হৈ প্ৰচাৰ অভিযানত মুখ্য মন্ত্ৰী ।
১১২ নং ঢকুৱাখনা বিধাসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ।
লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সমষ্টিৰবাসী ৰাইজক নৱ কুমাৰ দলেক ভোটদান কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
নিৰ্বাচনী প্ৰচাৰ সভা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ প্ৰদান বৰুৱা লগতে বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলে উপষ্ঠিত থাকে ।