যোৱানিশা হঠাৎ অহা এক প্ৰবল ধুমুহাত জোনাইৰ ৰামধন দিখাৰী , তেলাম , লাইমেকুৰী আদি গাও পঞ্চায়তৰ কেবাটাও গৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ নিদ্ৰাৰত অৱস্থাত ধুমুহাৰ ফলত কেবাটাও গৃহত গছ বাগৰি পৰাত কেবাজনো লোক গুৰুতৰ বাবে আহত হয় যদিও কোনোমতে প্ৰাণৰক্ষা পৰে ৷
এই প্ৰলয়ংকৰী ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহক উচিত ক্ষতিপূৰণ দিবলৈ দুৰ্গত ৰাইজে অসম চৰকাৰক আহ্বান জনাইছে।