টি এম পি কেৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ আজি কংগ্ৰেছত যোগদান
তথা ঢকুৱাখনাত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব নিশ্চিত হৈছে পদ্মলোচন দলেৰ
তাৰ পিছতেই বগীনদী ব্লক যুৱ কংগ্ৰেছৰ তীব্ৰ ক্ষোভ
সমষ্টিতোৰ পৰা যুৱ নেতা কালিদাস কামানৰ প্ৰাৰ্থীত্ব আশা কৰি আছিল যুৱ কংগ্ৰেছে
পদ্মলোচন দলেৰ প্ৰাৰ্থীত্ব কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ বগীনদী যুৱ কংগ্ৰেছৰ
কালি লৈকে অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচন খেলাৰ কথা আছিল পদ্মলোচনৰ
আজি আচৰিতভাৱে কংগ্ৰেছত পদ্মলোচন যোগদান তথা প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰসংগৰ পিছতেই কংগ্ৰেছ কৰ্মীৰ প্ৰচণ্ড ক্ষোভ.