মাজুলী ৰ জেংৰাইমুখত উত্তপ্ত পৰিস্থিতি
এখন গাড়ীত উদ্ধাৰ দুটাকৈ EVM
কোনোধৰণৰ পুলিচৰ চিকৰিটি নোহোৱাকৈ লৈ অহা হৈছিল EVM দুটা
চেক্টৰ অফিচৰে জনে আৰক্ষী বিহীন ভাবে লৈ ফুৰাৰ বাবে উত্তপ্ত পৰিস্থিতি
ঘটনা স্থলীত আৰক্ষী মোতায়ন
পৰিস্থিতি বুজ লবলৈ যোৱা নিৰপেক্ষ আৰক্ষীক আক্ৰমণ
এজন কনিষ্টবল আহত হয় ।