মাজুলী নিমাতিঘাটৰ শোকাবহ নাওঁ দুৰ্ঘটনাত নাওবৈচাৰ ৰামপুৰৰ মাধৱপুৰ ইন্দ্ৰেশ্বৰ বৰা উদ্ধাৰ পোৱাৰ পিছতো ঘৰত শোকাকুল পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।
আজি ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত মন্ত্ৰী ৰানোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ ।
আজি বিশ্বনাথ ঘাটত আজি উদ্ধাৰ জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।
শিক্ষামন্ত্ৰী ডা ৰণোজ পেগুৱৰ আশ্বাস প্ৰদান মূখ্যমন্ত্ৰীৰে আলোচনাৰ অন্তত পৰিয়ালক কৰ্মসংস্থাপন দিয়াৰ ।
আজি বিশ্বনাথ ঘাটত আজি উদ্ধাৰ জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।
অহা চাৰিবছৰত নিমাতী, ঘূঁনাসুতি, লোইতখাবলু, চেলেক ঘুনাগুৰী দলংৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ আশ্বাস দিলে মৃত ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত উপস্থিত থাকি লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।