Share on Facebook

গোগামুখত লুড’ৰ উদ্যোগত ফুটবলৰ মহাৰণঃ 22 অক্টোবৰ শুক্ৰবাৰৰ পৰা লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ

 লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত

 পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত  22 অক্টোবৰ শুক্ৰবাৰৰ পৰা  আৰম্ভ হ’ল ফুটবলৰ মহাৰণ ৷ 



গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। আজিৰ পৰা  উক্ত ফুটবল

 প্ৰতিযোগিতাখনত অসমৰ বহুকেইটা আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰাৰ লগতে মেঘালয়ৰ

 আগশাৰীৰ ফুটবল দল ৱাৰিয়ৰছ্ মেঘালয় ফুটবল দলেও অংশগ্ৰহণ কৰিছে ৷ আজিৰ পৰা  অনুষ্ঠিত হোৱা

 উক্ত খেল উদ্বোধনী কৰে ধেমাজি জিলাৰ এচপি ৰণজন ভূঞাই। এই কথা সদৰী কৰে লুড’ৰ কৰ্মকৰ্তা সকলে ৷


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post