বিশ্বনাথ জিলা বাসী ৰাইজলৈ সু খবৰ ।
পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে বিশ্বনাথ জিলাৰ বিহালী, হেলেম, গহপুৰকে আদি কৰি বিভিন্ন প্ৰান্তত হ্ৰাস পাইছে মিঠাতেল ৰিফাইনৰ দাম। উৎফুল্লিত গ্ৰাহক।
তেল পূৰ্বে বৰ্তমান
ধাৰা ২২০ ১৯০
নিৰজ ১৮০ ১৬০
হনুমান ১৬০ ১৪০
ৰিফাইন ১৬০ ১৪০