লখিমপুৰত আমছুৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ।
অসম তথা অসম বিৰোধী মন্তব্য কৰাৰ বাবে আমছুক সতৰ্ক কৰি পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই।
আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও ক্ষোভ উজাৰে প্ৰতিবাদ কাৰী সকলে।
অসম আৰু অসমীয়া ৰ স্বাৰ্থ বিঘ্নিত হব পৰা কথা কলে নাইবা কাম কৰিলে অসমীয়া যুৱ মঞ্চ ৰ মুকলি প্রত্যাহ্বানৰ সম্মুখীন হব লাগিব বুলি আমছুক সকিয়নী প্ৰতিবাদ কাৰী সংগঠন টোৰ।
Tags:
Assam news