সোৱণশিৰি চাপৰিত ভালুক উদ্ধাৰ
সোৱণশিৰি নদীত মাছমৰীয়াই মাছ মাৰি থকাৰ সময়তে সোৱণশিৰি নদীয়েদি আহি থকা
অৱস্থাত কলা বৰণীয়া বিৰল প্ৰজাতিৰ ভালকুটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে।
এই ভালুক বিজ্ঞান মতে Brsidae Bear বুলি অনুমান কৰে বন বিভাগে।
সোৱণশিৰি বনাঞ্চলত খাদ্যৰ বাবে অৰুণাচল পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছিল ভালুকটো।
Tags:
Assam news