সত্ৰ নগৰী মাজুলীত দুদিনিয়াকৈ খেৰকটীয়া পাৰত অনুষ্ঠিত হৈছে মিউজিক ফেষ্টিভেল।
মাজুলীৰ জেংৰাইমূখৰ খেৰকটীয়া পাৰত অনুষ্ঠিত হৈছে এই মিউজিক ফেষ্টিভেল।
মিউজিক ফেষ্টিভেলত বিভিন্ন বিপনীৰ উপৰিও বিভিন্ন গীত নৃত্য অনুষ্ঠান আৰম্ভ হৈছে।
মিউজিক ফেষ্টিভেলৰ লগত জড়িত কৰ্মকতা সকল ইয়াকে লৈ উৎসাহী।
সমগ্ৰ দেশৰ শিল্পী সকলে ভিৰ কৰিছে মাজুলীৰ খেৰকটীয়া পাৰ ।
Tags:
Art & culture