অহা ৩,৪,৫ জানুৱাৰী ২০২২ ত গহপুৰৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মিচিং ছাত্ৰ সন্থা (TMPK) ৰ দশম ত্ৰি বাৰ্ষিক শোণিতপুৰ জিলা অধিবেশন অনুষ্ঠিত হব।
অবিভক্ত শোণিতপুৰ জিলা TMPK ৰ দশম ত্ৰি বাৰ্ষিক অধিৱেশন থলি পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।উদুলি মুদুলি পৰিবেশ মিচিং ডেকা, গাভৰু, জীয়ৰী বোৱাৰীহঁতে নাচ গানৰ আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে অধিবেশন থলিত।
Tags:
Art & culture