অৱনৰি ৰবৰ উদ্যোগ সন্থাৰ উদ্যোগত ৰবৰ টেপিং ট্ৰেইনিং
সোৱণশিৰিৰ মেদক গাঁৱত ৬০ গৰাকী ৰবৰ খেতিয়কক লৈ তিনিদিনিয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ ৰবৰ বৰ্ডৰ পৰা কেনেদৰে ৰবৰ খেতিয়ক সকলে বিভিন্ন উন্নয়নমূলক সা-সুবিধা লাভ কৰিব পাৰি তাৰ ওপৰত সম্যক জ্ঞান দিবৰ বাবে আজি অৱনৰি ৰবৰ উদ্যোগ সন্থাৰ সৌজন্যত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। অনুষ্ঠানটোত ৰবৰ খেতিৰ জড়িয়তে কেনেদৰে স্বাৱলম্বী হব পাৰে তাৰ ওপৰত আলোচনা কৰা হয়।
Tags:
Assam news