পৰ্যটক ৰিঙিয়াই মাতিছে ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বন ঘৰচীয়া ঘোঁৰা আৰু বনগাঁওৰ প্ৰাকৃতিক সৌন্দৰ্যই ৷
বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিখ্যাত ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান ৷ এতিয়া প্ৰকৃতি প্ৰেমী পৰ্যটকৰ বাবে ভাল সময় ৷ আপুনি যদি বন ঘৰচীয়া ঘোঁৰাৰ বিষয়ে অধ্যয়ন বা সৌন্দৰ্য উপভোগ কৰিব বিছাৰে তেন্তে আহিব পাৰে এতিয়া খৰালিত সহজে ডিব্ৰু - ছৈখোৱালৈ ৷ যদিও এই সৌন্দৰ্য দীৰ্ঘম্যাদী হবনে নাই তাকে লৈ এতিয়া চিন্তিত প্ৰকৃতি প্ৰেমী সকল ৷ কিয়নো বাৰিষা বানপানী ফলত ওখ ঠাই নোহোৱাৰ বাবে বহুতো বনঘৰচীয়া ঘোৰাঁ বানত উঠি যায় ৷
Tags:
Assam news