কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া আৰু অভিযোগ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
বিশ্ব ৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ লোকসভাৰ সংসদৰ বাজেট অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি নেতৃত্বাধীন মিত্ৰজত কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা বাজেটৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া আৰু অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ (ই) সমিতিৰ সভাপতি ভূপেন বৰাই
Tags:
politics