মাজুলীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেল ৷
৯৯ নং মাজুলী বিধান সভা নিৰ্বাচনত এইবাৰ চিত্ৰৰঞ্জন বসুমতাৰীয়েই জয়ী হ'ব ৷
অপুৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সংবাদ মেলত সহযোগ কৰে বিধায়ক ভাস্কৰ বৰুৱা আৰু বসন্ত দাসে ৷
মাজুলীৰ এই উপ নিৰ্বাচন মাজুলীৰ স্বভিমান ৰক্ষাৰ যুঁজ ৷
বিজেপিয়ে অগপক গিনিপিগ সজাইছে ৷ অজাপ তথা চিত্ৰৰঞ্জন বসুমতাৰীক সজোৱা নাই ৷
এই যুঁজ মিঠাচাৰ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ ৷
Tags:
politics