মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে...
অহা ৭ মাৰ্চ তাৰিখে অনুষ্ঠিত হবলগা উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ মিত্রজোটৰ প্রাথী অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে দাখিল কৰিলে তেখেতৰ মনোনয়ন পত্ৰ । তেও মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভুপেন বৰাই । মনোনয়ন পত্ৰ দাখিল কৰি ওলাই আহি তেওঁ কয় বিজেপি দলৰ বিৰুদ্ধে যি যুঁজ হ'ব সেই যুজত বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী হব। মনোনয়ন পত্ৰ দাখিল কৰি ওলাই আহি তেওঁ মাজুলীৰ সত্ৰাধিকাৰ সকলৰ ওচৰত সেৱা জনাই আৰু মাজুলী বাসী ৰাইজৰ ৰাইজৰ সহায় সহযোগিতা বিছাৰিছে ।
Tags:
politics