মাজুলীত শিৱৰাত্ৰী পালন বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহত।
সমগ্ৰ দেশৰ লগতে মাজুলীতো উলহ মালহেৰে মহা শিৱৰাত্ৰী পূজা পালন কৰিছে।
মাজুলীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তগণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।
শিৱ বন্দনাৰে মুখৰিত হয় পৰিছে মাজুলীৰ আকাশ বতাহ।
আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধণাৰ বাবে মন্দিৰসমূত ভক্তগন ৰাইজ চাকি বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা অৰ্চনা কৰে।
চাকি, ধূপ, ফল মূল, নৈবদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰিছে মাজুলীৰ শিৱ মন্দিৰসমূৰ চৌপাশ। শিৱক মহিলা সকলে বেছিকৈ আৰধনা কৰে বুলি লোক বচন আছে। সেয়েহে শিৱমন্দিৰ সমূহত দেখিবলৈ পোৱা গৈচে মহিলা সকলক
Tags:
Assam news