Share on Facebook

শিৱৰাত্ৰি উদযাৰ্পন প্ৰথম অসমীয়া বোথাছৱি শ্বুটিংস্থলী ভোলাগুৰি স্থিত ঐতিস্যমণ্ডিত ভোলাথান।

 শিৱৰাত্ৰি উদযাৰ্পন প্ৰথম অসমীয়া বোথাছৱি শ্বুটিংস্থলীভোলাগুৰি স্থিত ঐতিস্যমণ্ডিত ভোলাথান।



আজি শিৱৰাত্ৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো শিৱ মন্দিৰত পুৱাৰে পৰা শিৱ বাবাৰ আৰ্শীষ তথা দৰ্শন কৰিবলৈ অগনন ভক্তৰ ভীৰ দেখা পোৱা গৈছে ইয়াৰ লগতে ব্যতিক্ৰম নহয় গহপুৰৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো শিৱ মন্দিৰৰ লগতে গহপুৰৰ অন্তগত প্ৰথম অসমীয়া বোলছৱি জয়মতী শ্বুটিং স্থলি ভোলাগুৰি চাহ বাগিছাৰ সমীপতে থকা ভোলাথানত  বাবা শিৱৰ আৰ্শীষ লৱলৈ পুৱাৰে পৰা ভক্ত সকলে ধূপ-নবদ্য,পুষ্প,দুগ্ধ আদি লৈ ভক্তৰ লানী নিচিগা সুত বলিছে!

গহপুৰৰ পৰা মহেন্দ্ৰ পগাগ মিচিং লুটাড ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post