জোনাইত অহা ৫ মাৰ্চ তাৰিখে ৰাজাখানা হাইস্কুলত অনুষ্ঠিত হ'ব বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ ।
Dr Damanis Nursing Home আৰু Rhino People Foundation of Assam নামৰ NGO ৰ
উদ্দ্যোগত ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৰাজাখানা হাইস্কুলত অহা ৫
মাৰ্চ তাৰিখে পূৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ বিনামূলীয়া চকু পৰীক্ষা আৰু
চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে । উক্ত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰত চিকিৎসাৰ বাবে ৮০১১৫২০০৯০ আৰু ৮৪৭১৯২৯১৮০ নম্বৰত যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে NGO ৰ বিষয় ববীয়া সকলে ।
Tags:
Awareness