হেলেমৰ টকৌবাৰীত এহাল যুৱক যুৱতীৰ অবৈধ প্ৰেমৰ কৰুণ কাহিনী। ৰাইজে ধৰি বান্ধি পাতি দিলে বিয়া।
Script :- হেলেমৰ টকৌবাৰীত এগৰাকী নেপালী সম্প্ৰদায়ৰ যুৱক আৰু এগৰাকী মিচিং সম্প্ৰদায়ৰ যুৱতীয়ে প্ৰেমৰ নামত অবৈধ কাৰ্যকলাপ চলাই আহিছিল। যাৰ বাবে অঞ্চলটোত এক অশুভসূচক বাৰ্তা বিয়পি পৰিছিল। কেতিয়াবা ৰেল লাইনত, কেতিয়াবা বাহঁৰ তলত অকৌ কেতিয়াবা হাবিৰ মাজত সূলভ হৈ পৰিছিল যুৱক যুৱতী হাল। পিছে বুধবৰৰ দিনটো বেয়া আছিল সিহঁতৰ ভাৱে। অতিষ্ঠ ৰাইজে যুৱক যুৱতী হালক অসংযত অৱস্থাত পাই ধৰি বান্ধি টকৌবাৰীৰ দূৰ্গা মন্দিৰত ৰাজহুৱা ভাৱে বিয়া পাতি দিয়ে। অৱশ্যে দুয়ো এবছৰ ধৰি ইজনে সিজনক ভাল পায় বুলি জানিব দিয়ে।
Tags:
Awareness