আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ
পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মণ্ডিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে
জিলাখনৰ মুঠ ১,৩৩,২২৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব
বিজেপিৰ ভুৱন গাম,বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আই ৰ ভাইটি ৰিচঙৰ ভাগ্য বন্দী হ'ব ই ভি এমত।
ভোট দান সাৱস্ত কৰিলে মাজুলীৰ বিজেপিৰ সৰ্মঠিত প্ৰাৰ্থী ভুৱন গাম আৰু তেওঁৰ পত্নীয়ে। আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত সাৱস্ত কৰিলে ভোটদান। মাজুলীত আৰম্ভ হৈছে ২০৩ টা ভোট কেন্দ্ৰত ভোটদান। তাৰে ১৬ তাকৈ ভোট কেন্দ্ৰ অতি দৰ্গম আহত গুৰি আৰু দক্ষিণ আহতগুৰিত।
Tags:
politics