Share on Facebook

জোনাইৰ লাইমেকুৰী ৰাকুত ককেত ভয়ংকৰ পথ পথ দুৰ্ঘটনা । থিতাতে এজনৰ মৃত্যু ।

জোনাইৰ লাইমেকুৰী ৰাকুত ককেত  ভয়ংকৰ পথ পথ দুৰ্ঘটনা । এটা প্ৰকাণ্ড গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত মৃত্যু এজন লোকৰ



ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰীৰ ৰাকুত ককেত লাইমেকুৰীৰ  পৰা বৈকুণ্ঠপুৰ অভিমুখে আহি থকা এখন AS 01 AD6502 নম্বৰৰ এখন Wegner এই দুৰ্ঘটনা পতিত হয়  জানিব পৰা মতে লোকজনৰ নাম ৰুছটম দলে ওৰফে ৰাজা দলে বুলি জানিব পাৰিছো । 

    এই দুৰ্ঘটনা এটা প্ৰকাণ্ড শুকান গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত AD6502 নম্বৰৰ বাহনখনৰ ওপৰত  বাগৰি পৰাত   লগে লগে ৰামধন মালী গাঁৱৰ ৰুছটম দলে নামৰ যুৱকজন মৃত্যু হয় ।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post