বঙাইগাঁও দেউৰীপাৰাত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা।
সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগ আজিৰে পৰা তিনিদিনীয়াকৈ কেতবোৰ কাৰ্যসূচীৰে জিলা সদৰ চহৰৰ দেউৰীপাৰা বিহু তথা ৰাজহুৱা খেলপথাৰত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ প্ৰাথমিক শিবিৰ আৰম্ভ কৰিছে। জানিব পৰামতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সভাপতি কৃষ্ণ মোহন ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।আৰু উক্ত সভা ছাপৰাকাটা এছ এছ বিৰ কেপ্টেইন ,সমাজ সেৱীকা লিনা সিংহ আদিয়ে ভাষণ দিয়ে।ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ কেতবোৰ দিশত বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ কাৰ্যসূচী বুলি বাতৰিটোত প্ৰকাশ।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
Tags:
Arunachal-news