Share on Facebook

অৰুণাচল প্ৰদেশত নিখুজ হোৱা ১৯ গৰাকী শ্ৰমিকৰ সন্দৰ্ভত আমছুৰ সংবাদ মেল

 অৰুণাচল প্ৰদেশত নিখুজ হোৱা ১৯ গৰাকী শ্ৰমিকৰ সন্দৰ্ভত  আমছুৰ সংবাদ মেল



অৰুণাচল প্ৰদেশত নিখুজ হোৱা ১৯ গৰাকী শ্ৰমিকৰ সন্দৰ্ভত  আমছুৰ সংবাদ মেল

 অৰুণাচল প্ৰদেশৰ কুৰুঙকুম্মে জিলাৰ চীনা সীমান্তত নিখোজ হোৱা অসমৰ ১৯ শ্ৰমিকৰ সন্দৰ্ভত সংবাদ মেল। 

 অৰুণাচল প্ৰদেশৰ কুৰুঙকুম্মে জিলাৰ চীনা সীমান্তত নিখোজ হোৱা অসমৰ ১৯ জন শ্ৰমিকৰ সন্ধান বিচাৰি অৰুণাচল প্ৰশাসনৰ লগত আমছুৰ বৈঠক, তাৰ পাছতেই আমছুৰ সঙবাদ মেল।

লখিমপুৰ জিলা আমছুৰ লগতে কেন্দ্ৰীয় আমছুৱে বৃহস্পতি বাৰে বঙালমৰাত এক সংবাদমেলৰ জৰিয়তে জনাই যে ১৯ গৰাকী অসম মুছলমান বনুৱাক অৰুণাচল প্ৰদেশৰ কুৰুঙকুম্মে জিলাৰ ভিতৰুৱা অঞ্চলত বৰ্ডাৰ ৰোডছ্ ৰ কামত নিয়োগ কৰিছিল কিন্তু বিগত ২৫ দিনৰ পৰা সন্ধান হীন হৈ আছে ১৯ জন শ্ৰমিকৰ ভিতৰত এতিয়াও ৯ জন শ্ৰমিক।

 ইতিমধ্যে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু দহজন শ্ৰমিক জীৱন্তে উদ্ধাৰ হৈছে।

 অৰুণাচল প্ৰদেশৰ ঠিকাদাৰ বেঙ্গীয়া বাডুৰ পৰা অসমৰ দুজন ঠিকাদাৰ

আব্দুল কুদ্দুছ, ৰহম আলিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে

নামনি অসমৰ বৰপেটা, বিলাসীপাৰা, কোকৰাঝাৰ , ধুবুৰী, বঙাইগাৱৰ এই সকল শ্ৰমিকৰ সন্ধানত নামি পৰিছে অৰুণাচল প্ৰশাসন।

  কুৰুঙকুম্মে জিলাৰ ফুৰাক নদীত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আন তিনি জন শ্ৰমিকো নিখোজ হৈ আছে, আৰু বৰ্তমান পৰিয়ালৰ মাজত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে।

আনহাতে আবদ্ধ হৈ থকা দহজন শ্ৰমিকে খাবলৈ নাপায় গছৰ পাত, জঙ্ঘলৰ ফল মুল খাই সোতৰ দিন খোজ কাঢ়ি অহাৰ পাছত অৰুণাচল প্ৰদেশ প্ৰশাসনে উদ্ধাৰ কৰিছে বুলি আমছুৱে সঙবাদ মেলৰ জড়িয়তে অৱগত কৰে। আজিৰ সঙবাদ মেলৰ জড়িয়তে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে যে অসম চৰকাৰে মুছলমান শ্ৰমিক সকলক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰা নাই,  

 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post