আজিৰ প্ৰতিভাৰ সন্ধান চতুৰ্থ খণ্ডলৈ লৈ আহিছোঁ।
লখিমপুৰ জিলাৰ কেইবাখনো অঞ্চলৰ প্ৰতিভাশীল ছাত্ৰ ছাত্ৰী।
অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিভাৰ সন্ধানত অনুস্থানত আপোনালোকৰ মাজত লৈ আহিছোঁ।
লখিমপুৰ জিলাৰ নাৱবৈছা আউমনি গাঁৱৰ ৰাকেশ চিন্তে আৰু লাবন্য চিন্তেৰ জী বৰষা চিন্তেৰ নৃত্যৰ উমান লওঁ।
বৰষা চিন্তে দশম শ্ৰেণীৰ ছাত্ৰী।
ইয়াৰ পাছত লখিমপুৰ জিলাৰ নাৱবৈছা শিঙৰা গাঁৱৰ নিবাসী জয়ন্ত পগাগ আৰু ৰীনা পগাগৰ পুত্ৰ সঞ্জীৱ পাগগ নৃত্য চাওঁ আহক ।
সঞ্জীৱ পগাগ সপ্তম শ্ৰেণীৰ ছাত্ৰ ।
প্ৰতিভাৰ সন্ধানত কণমানি ছোৱালী মনালিছাঁ মিলিৰ নৃত্য
লখিমপুৰ জিলাৰ নাৱবৈছা শিঙৰাৰ নিবাসী মহেশ্বৰ মিলি আৰু প্ৰমিলা মিলিৰ জ্যেষ্ঠ কন্যা কণমানি মনালিছা মিলি।
আৰু আমাৰ সৈতে আন এজনী প্ৰতিভাশীল ছাত্ৰী নাম তৰা মিল শিঙৰাৰে নিবাসী মতিলাল মিলিৰ কন্যা তৰা মিলি।