Share on Facebook

উপনিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলীত উপস্থিত অখিল গগৈ। মাজুলীত উপনিৰ্বাচনৰ বতাহ।

 মাজুলীত উপনিৰ্বাচনৰ বতাহ


উপনিৰ্বাচনৰ প্ৰাকক্ষনত মাজুলীত উপস্থিত অখিল গগৈ। 


এম ভি লোহিত জাহাজেৰে বিয়লি মাজুলীত উপস্থিত হোৱা বিধায়ক গৰাকীয়ে মাজুলীৰ ৰাস চোৱাৰ হেপাহ আছে বুলি সাংবাদিকক কয়৷


উপনিৰ্বাচনত উমহতীয়া প্ৰাথী দিয়া হব বুলি জানিবলৈ দিয়ে





বিধায়ক হিচাপে জয়যুক্ত হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে মাজুলীলৈ অহা অখিল গগৈ ক ফেৰী ঘাটৰ পৰা ঢ়োলে দগৰে  আদৰি আনে৷


মাজুলীত হ'ব লগা উপ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখলি গগৈৰ আগমনে বিশেষ তাতপৰ্য বহন কৰিছে। 

দুদিনীয়া কাৰ্য সূচীয়ে বিধায়ক জন আজি মাজুলীত উপস্থিত হয়। 

মাজুলীৰ ভিন্ন প্ৰান্তৰ পৰা তিনি শতাধিক দলীয় কৰ্মীয়ে 

বিভন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীয়ে নেতাগৰাকীক মাজুলীলৈ আদৰণি জনায়। 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post