গহপুৰত পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী, মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ পদ যাত্ৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী।
দেশজুৰি অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ
জন্ম দিবস ও শিশু দিৱস উপলক্ষে গহপুৰৰ কাৰিবিল গাওঁ পঞ্চায়তৰ পৰা কংগ্ৰেছৰ এই
জনজাগৰণ পদ যাত্ৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত
এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰিপুন বৰাই এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াই।