ধেমাজি জিলাৰ গোগামুখত ৪৪ সংখ্যক বৰদলনি শাখা বড়ো সাহিত্য সভাৰ অধিৱেশনখনৰ সফল সামৰণি পৰিছে ৷
গোগামুখ অলংবাৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অধিৱেশনত বি টি আৰৰ বাহিৰৰ বড়ো সকলৰ ভাষা-সংস্কৃতি ধব্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তোলে ৷
অধিৱেশনখনত বড়ো-কছাৰী ৱেলফেয়াৰ অট’নমাছ কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীৰ লগতে বড়ো ভাষা-সাহিত্যৰ লগত জৰিত স্বনামধন্য লোক উপস্থিত থাকে ৷
Tags:
literature