Free Mega Health Camp at Jonai town club .
ডা° ডামানি’চ নাৰ্চিং হোমৰ সৌজন্যত জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ২১ নৱেম্বৰ দেওবাৰে জোনাই টাউন ক্লাৱত এক বিনামূলী চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে ৷ চিকিৎসা শিবিৰত কেবাজনো বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰা হব ৷
উক্ত দিনা বিনামূলীয়া মধুমেহ , উচ্চৰক্তচাপ, ইচিজি , হিম’গ্লবিন আদি পৰীক্ষা ও চিকিৎসাৰ বাবে মেডিচিন , অস্থি , প্ৰসুতি আৰু নাক - কান ও ডিঙি বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব ৷ চিকিৎসা শিবিৰৰ দিনা আগতীয়াকৈ ভৰ্তি কৰাবলৈ এই সমূহ ফোন নম্বৰত যোগাযোগ কৰক - 8011520090 -= 9101931043 = 9954638967 .